rajeRajgarh

Rajen Gohain (English) [ IPA: Rajen Gohain ASM: ৰাজেন গোঁহাই]
Contributed by: Partha P Sarmah on 2011-10-04
1. PersonalitiesFish(Proper Noun-Masculine) a popular singer of modern Assamese songs. ... আধুনিক অসমীয়া গীতৰ এজন জনপ্ৰিয় গায়ক৷আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ কৰা তেখেতৰ সুমধুৰ গীত সমূহৰ মাজত "বৰষা তুমি আহা...", "শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিৰে..." আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷